আলোচনা কৰা
ভিডিঅ’টো চোৱা...!
আলোচনা কৰা !
তেওঁলোকে পৃথিৱীখন কেনেকুৱা হলে ভালপাব?
আন্ধাৰ, লেতেৰা আৰু ক'লা ধোঁৱাৰে আবৰা নে ৰ’দেৰে ভৰা, বৰষুণ পৰা, গছ-গছনি আৰু সুখেৰে ভৰি থকা?
লগতে, আলোচনা কৰা, আমি কেনেকৈ পৃথিৱীখনক এখন শান্তিপূৰ্ণ ঠাই কৰি তুলিব পাৰোঁ?
Last modified: Wednesday, 8 June 2022, 4:15 PM