হাই! মই ৰুকমা

Rukma and the Sea

অনুগ্ৰহ কৰি মোক তোমাৰ নামটো কোৱা।

মই সাগৰ ভাল পাওঁ!

তুমি কি ভাল পোৱা?