চিন্তা কৰা: ধৰি লোৱা তুমি সাগৰত বাস কৰা। 

প্ৰশ্ন কৰা: তুমি সাগৰতলিত কেনেকৈ উশাহ ল’বা? 

আলোচনা কৰা: তুমি সাগৰত কি কৰিবা?



সাধু কোৱা 

মই সাগৰত সাঁতুৰিম। 



লিখা 

এই বিষয়ে দুশাৰী লিখা। 

Last modified: Wednesday, 25 May 2022, 5:01 PM