চিন্তা কৰা: ধৰি লোৱা যে তুমি এখন বজাৰলৈ গৈছা।

বজাৰত থকা অন্য লোকসকলৰ বাবে তুমি কি আশা কৰিবা?

প্ৰশ্ন কৰা: মানুহে কিয় বজাৰ সৃষ্টি কৰে?

বজাৰ শব্দটো কৰ পৰা উত্‍পত্তি হ?

বিচাৰি উলিওৱা: তোমাৰ ওচৰৰ স্থানীয় বজাৰৰ সৈতে ছুপাৰ মাৰ্কেটৰ শাক-পাচলি আৰু ফল-মূলৰ দাম একেইনে?

আলোচনা কৰা: দামবোৰ কিয় একে বা পৃথক হয়?

কাৰ্য্য কৰা: তোমাৰ জ্যেষ্ঠ/শিক্ষকসকলৰ পৰা জানি লোৱা যে লোকসকলে কভিড-১৯ পৰিস্থিতিৰ সময়ত বজাৰ প্ৰৱন্ধন কেনেদৰে কৰিছিল? 


Last modified: Wednesday, 8 June 2022, 4:20 PM