মিছন সম্পূৰ্ণ কৰা

বিদ্যালয়ত এটা বজাৰ দিনৰ আয়োজন কৰা।

তোমাৰ শিক্ষক/সহায়্কৰ সহায় লৈ বিদ্যালয়ত এটা বজাৰ দিনৰ আয়োজন কৰা।

নিজে হাতেৰে বস্তু তৈয়াৰ কৰা যেনে কাগজৰ বেগ, হাতেৰে তৈয়াৰী কাণফুলি, চাবোন আদি।

সেইবোৰ তোমালোকৰ বন্ধু, শিক্ষক আৰু জ্যেষ্ঠসকলক বিক্ৰী কৰা।

শিক্ষকৰ সহায়ত ব্যয় দাম, বিক্ৰী দাম, লাভ আৰু লোকচানৰ বিষয়ে আলোচনা কৰা

আশাকৰোঁ তুমি এদিনৰ বাবে এজন 'উদ্যোগী' হৈ আনন্দ পালা

 চাব্বাচ!

তুমি এতিয়া তোমাৰ ৩য়মিছন অৰ্জন কৰিলা!

তোমাৰ পৰৱৰ্তী বেজ পাবলৈ  মিছন বাকী আছে!

Last modified: Wednesday, 8 June 2022, 4:40 PM