আমাৰ সকলোৰে খং কৰাৰ অধিকাৰ আছে।

কিন্তু অন্যৰো এয়া জনাৰ অধিকাৰ আছে যে এই খং এটা সময়ত শেষ হ'ব!

ভাল মানুহে নিজৰ খং নিয়ন্ত্ৰণ কৰিবলৈ জানে।

মই খং কৰা সময়ত, মোৰ বন্ধুসকলে ভাবিব পাৰে যে মই আৰু তেওঁলোকৰ বন্ধু হ'ব নিবিচাৰোঁ

খং কেনেকৈ নিয়ন্ত্ৰণ কৰিবা সেই বিষয়ে ভিডিঅ চাবলৈ ছবিখনত ক্লিক কৰা


আলোচনা কৰা !

খং নিয়ন্ত্ৰণ কৰাৰ উপায়

কথাৰ কিতাপ পঢ়া, “অহ্ নহয় পুনৰ নহয়, খং নিয়ন্ত্ৰণ কৰিবলৈ শিকাৰ বাবে!


Last modified: Wednesday, 8 June 2022, 5:02 PM