চিন্তা কৰা: খং উঠাৰ ভাও জোৰা আৰু আইনাত মুখখন চোৱা

তুমি নিজৰ বিষয়ে কেনে অনুভৱ কৰা?

নিজকে সোধা: তুমি তেওঁলোকৰ বন্ধু হ'বলৈ ভাল পাবানে যি সদায়ে তোমাক অভিযোগ দিয়ে বা খং কৰে?

বন্ধুৰ সৈতে আলোচনা কৰা: খং কৰাৰ ফলত কি হয়

কাৰ্য্য কৰা: নিজৰ খং নিয়ন্ত্ৰণ কৰিবলৈ তুমি কি কি ৫ টা কাম কৰিবা তাৰ তালিকা কৰা।


Last modified: Wednesday, 8 June 2022, 5:08 PM