মিছন সম্পূৰ্ণ কৰা

তমশালৈ এখন চিঠি লিখা!

তোমাৰ ভাল বন্ধু আছেনে?

তুমি আৰু তোমাৰ বন্ধুসকলে কি কৰা কোৱাচোন।

তমশালৈ এইখন ডাকযোগে পঠিওৱা,

মাৰফ কথা, এ৩, সৰ্বোদয়া এনক্লেভ, নতুন দিল্লী ১১০ ০১৭.
তোমাৰ পক্কা বন্ধু,

তমশা


চাব্বাচ!


তুমি এতিয়া তোমাৰ ২য় মিছন অৰ্জন কৰিলা!

তোমাৰ পৰৱৰ্তী বেজ পাবলৈ  মিছন বাকী আছে!

Last modified: Wednesday, 8 June 2022, 5:11 PM