চিন্তা কৰা! অভিনয় কৰা!
তুমি
কেতিয়াবা আচৰিত হৈছানে?
চিন্তা কৰা!চিন্তা কৰা!চিন্তা কৰা!
ল’ৰাবোৰে নাচিব পাৰেনে?
ছোৱালীবোৰে হিমালয় পৰ্বত বগাব পাৰেনে?
ছোৱালীবোৰে তেওঁলোকে সপোন দেখা কোনো কাম কৰিব পাৰেনে?
ল’ৰাবোৰে তেওঁলোকে সপোন
দেখা কোনো কাম কৰিব পাৰেনে?
এই শ্বিটবোৰ প্ৰিন্ট কৰোৱা। সেইবোৰ ৰঙ
কৰা। চিন্তা কৰা! আনন্দ
কৰা!! য়ায়!
Last modified: Monday, 11 April 2022, 4:01 PM