তাদা!
চিন্তা কৰা: আজিলৈকে তুমি কেতিয়াবা চিন্তা কৰিছানে যে বিভিন্ন
মানুহৰ ছালৰ ৰং কিয় ভিন্ন হয়?
তোমাৰ বন্ধুক সোধা: তাই/তাৰ ছালৰ ৰং কি হয়?
আলোচনা কৰা: আমাৰ ছালৰ ৰং বেলেগ হলেও আমি সকলো কেনেদৰে
একে হয়।
অভিনয় কৰা: এখন কাগজত তোমাৰ হাতখন আঁকা আৰু তোমাৰ ছালৰ ৰঙেৰে
এইটো ৰঙ কৰা।
ইয়াত ‘হাই’ আৰু তোমাৰ নাম লিখি তোমাৰ বন্ধুক এয়া উপহাৰ দিয়া।
Last modified: Monday, 18 April 2022, 5:10 PM