এটা প্ৰতিজ্ঞা কৰা – মিছন
মিছন সম্পূৰ্ণ কৰা
এই প্ৰতিজ্ঞা কাৰ্ডৰ প্ৰিন্ট আউট লোৱা।
তোমাৰ নাম আৰু তাৰিখ লিখা।
তুমি তোমাৰ বন্ধু ‘মেৰু ভালুক’ক সহায় কৰিবা বুলি প্ৰতিজ্ঞা কৰা।
![](https://learn.katha.org/pluginfile.php/21867/mod_page/content/13/ILR_301_polar_eng_pphy1.jpg)
চাব্বাচ!
তুমি এতিয়া তোমাৰ ১ম মিছন অৰ্জন কৰিলা!
তোমাৰ পৰৱৰ্তী বেজ পাবলৈ ৪ মিছন বাকী আছে!
Last modified: Tuesday, 19 April 2022, 1:01 PM