চোৱা!


চিন্তা কৰা: তুমি বিশেষ হয়। 

প্ৰশ্ন কৰা: কিহে তোমাক বিশেষ কৰি তোলে? 

আলোচনা কৰা: তোমাৰ বন্ধুসকল বিশেষ হয় নেকি? 

কাৰ্য্য কৰা: তোমাৰ বন্ধুক আঁকা। তোমাৰ বন্ধুৰ বিষয়ে তুমি ভালপোৱা ৩ টা কথা লিখা। 


Last modified: Wednesday, 25 May 2022, 4:29 PM