আহা এটা ঘূৰণীয়া খেল খেলো!
ঘূৰণীয়াকৈ বহা
এটা সাধু ক'বলৈ আৰম্ভ কৰা। তোমাৰ নিজৰ সাধু!
তোমাৰ বাওঁফালৰ বন্ধুজনে সাধুটো আগবঢ়াই নিব।
আৰু এনেদৰে ঘূৰণীয়াকৈ আগবাঢ়ি যাবা!
চাব্বাছ! কিমান ধুনীয়া সাধু এটা শুনালা!