আহা এটা ঘূৰণীয়া খেল খেলো!








      • ঘূৰণীয়াকৈ বহা

      • এটা সাধু ক'বলৈ আৰম্ভ কৰা তোমাৰ নিজৰ সাধু!

      • তোমাৰ বাওঁফালৰ বন্ধুজনে সাধুটো আগবঢ়াই নিব

      • আৰু এনেদৰে ঘূৰণীয়াকৈ আগবাঢ়ি যাবা!

      • চাব্বাছ! কিমান ধুনীয়া সাধু এটা শুনালা!



Last modified: Monday, 11 April 2022, 4:38 PM