আলোচনা কৰা
চোৱা !
ছবিত ক্লিক কৰা আৰু ভিডিঅ’টো চোৱা।
চন্দ্ৰৰ বিষয়ে গানটো শুনা!
![](https://learn.katha.org/pluginfile.php/21690/mod_page/content/7/moon%20outdoors_humans.jpg)
তুমি নিজৰ বন্ধুৰ সৈতে গীতটো গাব পাৰিবানে?
আলোচনা কৰা!
কিয় ছাই-বৰণীয়া চন্দ্ৰটো পোহৰৰে ভৰা দেখা
যায়?
যদি তুমি চন্দ্ৰৰ ওচৰলৈ যাব পাৰে
তেন্তে কি কৰিবা?
Last modified: Tuesday, 12 April 2022, 3:28 PM