চোৱা !



ছবিত ক্লিক কৰা আৰু ভিডিঅটো চোৱা

চন্দ্ৰৰ বিষয়ে গানটো শুনা!




তুমি নিজৰ বন্ধুৰ সৈতে গীতটো গাব পাৰিবানে?


 আলোচনা কৰা!


কিয় ছাই-বৰণীয়া চন্দ্ৰটো পোহৰৰে ভৰা দেখা যায়?

যদি তুমি চন্দ্ৰৰ ওচৰলৈ যাব পাৰে তেন্তে কি কৰিবা?

Last modified: Tuesday, 12 April 2022, 3:28 PM