তাদা!
চোৱা !
ইয়াত চন্দ্ৰ আৰু এটি শিশুৰ এখন
ছবি আছে!
আহা আমি কৰোঁ তাদা!
প্ৰশ্ন কৰা: তুমি চন্দ্ৰৰ কোনটো আকৃতি আটাইতকৈ বেছিকৈ ভাল পোৱা?
আলোচনা কৰা: চন্দ্ৰ তোমাৰ বন্ধু হ’ব পাৰেনে?
কাৰ্য্য কৰা: তোমাৰ প্ৰিয় চন্দ্ৰ আৰু তোমাৰ এখন ছবি আঁকা!
তোমাৰ ছবিখন সাজুনে?
আয়ত্ব কৰা: তোমাৰ পৰিয়ালৰ এজন জ্যেষ্ঠলোকক তোমাৰ ছবিখন উপহাৰ দিয়া!
Last modified: Tuesday, 12 April 2022, 3:34 PM