চোৱা !



ইয়াত চন্দ্ৰ আৰু এটি শিশুৰ এখন ছবি আছে!


 


আহা আমি কৰোঁ তাদা!



চিন্তা কৰা: চন্দ্ৰ কি ৰঙৰ হয়?

প্ৰশ্ন কৰা: তুমি চন্দ্ৰৰ কোনটো আকৃতি আটাইতকৈ বেছিকৈ ভাল পোৱা?

আলোচনা  কৰা: চন্দ্ৰ তোমাৰ বন্ধু হব পাৰেনে?

কাৰ্য্য কৰা: তোমাৰ প্ৰিয় চন্দ্ৰ আৰু তোমাৰ এখন ছবি আঁকা!

তোমাৰ  ছবিখন সাজুনে?

আয়ত্ব কৰা: তোমাৰ পৰিয়ালৰ এজন জ্যেষ্ঠলোকক তোমাৰ ছবিখন উপহাৰ দিয়া!

Last modified: Tuesday, 12 April 2022, 3:34 PM