TADAA!
আহা আমি কৰোঁ তাদা!
ছবিখনলৈ চোৱা!
চিন্তা কৰা: সুমেৰুৰ জীৱ-জন্তুৰ সৈতে সাগৰৰ বৰফৰ সম্পৰ্ক
কি?
প্ৰশ্ন কৰা: জলবায়ু সলনি হ’লে আৰু সাগৰত কেইমাহমানহে বৰফ থাকিলে কি হ’ব (শীতকাল চুটি হ’ব, গ্ৰীষ্মকাল দীঘলীয়া হ’ব)?
আলোচনা কৰা: জলবায়ু পৰিৱৰ্তনে তোমাক কেনেকৈ প্ৰভাৱিত কৰিব?
কাৰ্য্য কৰা: জলবায়ু পৰিৱৰ্তনৰ পৰা হাত সাৰিবলৈ তুমি কি কি কাম কৰিবা তাৰ তালিকা তৈয়াৰ কৰা।
Last modified: Tuesday, 19 April 2022, 12:58 PM