আহা আমি কৰোঁ তাদা!

ছবিখনলৈ চোৱা!



চিন্তা কৰা: সুমেৰুৰ জীৱ-জন্তুৰ সৈতে সাগৰৰ বৰফৰ সম্পৰ্ক কি?

প্ৰশ্ন কৰা: জলবায়ু সলনি হলে আৰু সাগৰত কেইমাহমানহে বৰফ থাকিলে কি হব (শীতকাল চুটি হ, গ্ৰীষ্মকাল দীঘলীয়া হব)?

আলোচনা কৰা: জলবায়ু পৰিৱৰ্তনে তোমাক কেনেকৈ প্ৰভাৱিত কৰিব?

কাৰ্য্য কৰা: জলবায়ু পৰিৱৰ্তনৰ পৰা হাত সাৰিবলৈ তুমি কি কি কাম কৰিবা তাৰ তালিকা তৈয়াৰ কৰা।

Last modified: Tuesday, 19 April 2022, 12:58 PM