আমাৰ মা আৰু আইতা সুখী মানুহ!

তেওঁলোক খুবেই ধুনীয়াকৈ সাধু কয়!
















আজি ৰাতি, তোমাৰ আইতাক এটা সাধু শুনাবলৈ দিবা!

বিদ্যালয়ত, এই ঘূৰণীয়া খেলটো খেলিবা।

তোমাৰ বন্ধুসকলৰ সৈতে ঘূৰণীয়াকৈ বহিবা।

তোমাৰ বন্ধুসকলক তোমাৰ মা বা আইতাই কোৱা এটা সাধু শুনাবা


Last modified: Monday, 11 April 2022, 3:59 PM