তুমি জানানে আমাৰ পৃথিৱীখন বিশেষ হয়?
পৃথিৱী একমাত্ৰ গ্ৰহ য’ত তুমি আৰু মই বাস কৰিব পাৰোঁ।
য’ত জীৱ-জন্তু, চৰাই-চিৰিকটি আৰু পোক-পতংগ জীয়াই থাকিব পাৰে।
সেয়েহ আমাৰ পৃথিৱীখন বিশেষ হয়!
তুমি আমাৰ পৃথিৱীৰ যত্ন ল'বানে?