ছবিখনত ক্লিক কৰা তুমি ধুনীয়া গান এটা শুনা পাবা!

এই গায়কজনক জানানে?

তেওঁ খুবেই জনপ্ৰিয়!

তেওঁৰ নাম উস্তাদ বড়ে গুলাম আলি

তুমি এই গানটো আগতে শুনিছানে?

এতিয়া, তুমি জনা যিকোনো এটা গান গোৱা!


Last modified: Monday, 11 April 2022, 4:43 PM