মই যেতিয়া দয়ালু হয়, মোৰ বহুতো বন্ধু থাকে!


               


   লৰাজনে কি কৰিছে?

  তেওঁ দয়ালু বুলি তুমি ভাবানে?

  তুমি দয়ালু হ'ব পৰা তিনিটা উপায় আঁকা