ৰুকমা এগৰাকী বৈজ্ঞানিক হব বিচাৰে

তুমি কি হব বিচৰা?

চিন্তা কৰা –প্ৰশ্ন কৰা –আলোচনা কৰা ... কাৰ্য্য কৰা!


এই বৃত্তাকাৰ গেমটো খেলা

●       দুটা দল গঠন কৰা

●       আলোচনা কৰা!

গোট ক: ছোৱালী আৰু লৰা সেয়া হ'ব পাৰে যিটো তেওঁলোকে পচন্দ কৰে

গোট খ: ছোৱালী আৰু লৰা একেই বিষয়ত ভাল হব নোৱাৰে


circle game

            Photo Courtesy: Katha Lab School