বন্ধুৰ বিষয়ে সকলো!



চিন্তা কৰা: কোন তোমাৰ বন্ধু?

প্ৰশ্ন কৰা: তাই বা সি কিয় তোমাৰ বন্ধু?

আলোচনা কৰা: কিহে তোমাক এজন ভাল বন্ধু কৰি তোলে?

কাৰ্য্য কৰা: তোমাৰ আৰু তোমাৰ বন্ধুৰ এখন ছবি আঁকা!

Last modified: Tuesday, 12 April 2022, 11:43 AM