মিছন সম্পূৰ্ণ কৰা!


তোমাৰ ছবি সাজু নে...?



এতিয়া, তোমাৰ ছবিৰ কোণত লিখা:

“মৰমৰ বন্ধু, মোৰ বন্ধু হোৱাৰ বাবে ধন্যবাদ!”

তোমাৰ বন্ধুৰ নাম লিখা

তোমাৰ নাম লিখা

তোমাৰ ছবিখন তোমাৰ বন্ধুক উপহাৰ দিয়া!

অভিনন্দন! তুমি তোমাৰ দ্বিতীয় মিছন সম্পূৰ্ণ কৰিলা!

তুমি বেজ পাবলৈ আৰু মাত্ৰ তিনিটা মিছন বাকী আছে!

তুমি পৰৱৰ্তী দুটা বোনাছ কাৰ্য্য কৰিব পাৰা - আনন্দৰ বাবে!

বা তুমি ৰুঙ্গাৰ সৈতে হাবিলৈ যাব পাৰা

চাব্বাচ!


তুমি এতিয়া তোমাৰ ২য় মিছন অৰ্জন কৰিলা!

তোমাৰ পৰৱৰ্তী বেজ পাবলৈ  মিছন বাকী আছে!


Last modified: Thursday, 16 June 2022, 2:50 PM