আহা আমি কল্পনা কৰোঁ!


উৰন্ত ঘোঁৰাৰ দৰে তোমাৰ কোনো কাল্পনিক বন্ধু থাকিলে ভাল পাবানে?

এয়া কোন হ'? এইটো কি হ'ব?


   এটা হাতী...?



তুমি পাব বিচৰা বন্ধুৰ ছবি আঁকা।  


তোমাৰ বন্ধুক এটা নাম দিয়া!


Last modified: Tuesday, 12 April 2022, 11:47 AM