তুমি কি ভূমিকা ল'বা?
ছোৱালী আৰু ল’ৰা!
ছোৱালী আৰু ল’ৰাই তেওঁলোকে কৰিব বিচৰা যিকোনো কাম কৰিব পাৰে!
ইয়াত তেওঁলোকে কৰিব পৰা আৰু কিছুমান বস্তু দিয়া হৈছে:
তোমাৰ বন্ধুৰ সৈতে – তোমাৰ ভূমিকাৰ বাবে পোছাক পিন্ধা।
তোমাৰ ইতিমধ্যে যি আছে তাকেই ব্যৱহাৰ কৰা!
আনন্দ কৰা!
Last modified: Tuesday, 12 April 2022, 11:51 AM