আহা আমি তাদা!


  


চিন্তা কৰা: তুমি বাচ, ৰেল বা গাড়ীৰে ভ্ৰমণ কৰিছানে?


প্ৰশ্ন কৰা: কোনটো তুমি আটাইতকৈ বেছি ভাল পোৱা? কিয়?




আলোচনা কৰা: ভ্ৰমণ আনন্দদায়ক!

কাৰ্য্য: তুমি দেখা এখন ঠাইৰ ছবি আঁকা

আয়ত্ব: তোমাৰ ধুনীয়া ছবিখন এজন বন্ধুক উপহাৰ দিয়া

Last modified: Tuesday, 12 April 2022, 3:58 PM