সমতা: সমতাৰ খেলটো খেলা। তোমাৰ মেন্টৰ বা অভিভাৱকক তোমাক পাঁচটা টফি দিবলৈ কোৱা তুমি সেইবোৰ তোমাৰ তিনিজন বন্ধুৰ সৈতে ভাগ কৰিব লাগিব তুমি প্ৰতিজন বন্ধুক কেইটা টফি দিবা? তুমি কেনেকৈ সঠিক সিদ্ধান্ত লবা? তোমাৰ বন্ধুসকলৰ মাজত টফিবোৰ ভাগ কৰাৰ সময়ত তুমি কি কথা মনত ৰাখিবা? 


Last modified: Tuesday, 12 April 2022, 4:03 PM