ভিডিঅ’টো চোৱা!

 

চিন্তা কৰা: পৃথিৱী আৰু মানুহ, জীৱ-জন্তু আৰু চৰাই-চিৰিকটি কোনে সৃষ্টি কৰিলে সেয়া ভাবি কেতিয়াবা আচৰিত হৈছানে?

তোমাৰ বন্ধুক সোধা: পৃথিৱীত বাস কৰাৰ বাবে আমি কিয় ধন্যবাদ জনোৱা উচিত?
আলোচনা কৰা: আমাৰ পৃথিৱীক এটা অদ্বিতীয় গ্ৰহ কৰি তোলা কিছুমান আকৰ্ষণীয় তথ্য
কাৰ্য্য কৰা: তোমাৰ চাৰিওফালে দেখা পোৱা ৫ টা সুন্দৰ বস্তুৰ তালিকা তৈয়াৰ কৰা আৰু বিশেষণেৰে সেইবোৰ বৰ্ণনা কৰা, যেনে নীলা” আকাশ


Last modified: Monday, 18 April 2022, 4:31 PM