ইয়াত তোমাৰ বাবে এটা প্ৰত্যাহ্বান আছে!

ওপৰৰ ছবিৰ এটা প্ৰিন্ট আউট লোৱা।

তোমাৰ নাম আৰু তোমাৰ সবাতোকৈ ভাল বন্ধুৰ নাম লিখা। 

তোমাক আৰু তোমাৰ বন্ধুক একে কৰি তোলা সকলো বস্তুৰ এখন তালিকা তৈয়াৰ কৰা লগতে তোমাক আৰু তোমাৰ বন্ধুক বেলেগ কৰি তোলা বস্তুবোৰৰো তালিকা তৈয়াৰ কৰা |


Last modified: Monday, 18 April 2022, 5:16 PM