বিভিন্ন ছালৰ ৰঙৰ সৈতে মিলা ৭ টা শিল গোটোৱা।

সকলো শিল একে আকৃতিৰ হয় নেকি?

শিলবোৰ কঠিন নে কোমল নে মিহি হয়?

তুমি শিলৰ সৈতে খেলি ভাল পোৱানে?

তেন্তে, এই খেলটো তোমাৰ বন্ধুসকলৰ সৈতে খেলা!


 

যদি সকলো শিল একে আকাৰ আৰু আকৃতিৰ হলহেঁতেনতেন্তে তুমি লগৰী খেলিব পাৰানে?

Last modified: Monday, 18 April 2022, 5:18 PM