চিন্তা কৰা: তুমি ভাবানে যে তুমি সকলো জীৱৰ প্ৰতি দয়ালু হৈ পৃথিৱী মাতৃক সুখী কৰিব পাৰা?

তোমাৰ বন্ধুক সোধা: আমি কেনেকৈ সকলো জীৱৰ প্ৰতি দয়ালু হব পাৰোঁ?

আলোচনা কৰা: কি কি উপায়েৰে তুমি সকলো জীৱৰ প্ৰতি দয়ালু হ'ব পাৰা

কাৰ্য্য কৰা: দয়াশীলতাৰ এখন দিনলিপি লিখা, আৰু প্ৰতিদিনে, দয়াশীলতা দেখুওৱা এটা কাম লিখিবা