তাদা!

চিন্তা কৰা: তুমি বৰষুণত খেলিবলৈ ভাল পোৱানে?
তোমাৰ বন্ধুক সোধা: বৰষুণ দিলে তুমি কি কৰা?
আলোচনা কৰা: বৰষুণত দিওতে তোমাৰ ছাতি নাথাকিলে তুমি কি
কৰিবা?
অভিনয় কৰা: তোমাৰ বন্ধুসকলৰ সৈতে বৰষুণৰ শব্দ কেনেকুৱা হয় দেখুওৱা।
Last modified: Tuesday, 19 April 2022, 12:31 PM