মিছন সম্পূৰ্ণ কৰা

 
হিন্দীত ছাটা মানে ছাতিক বুজায়।

ছাতি আমাৰ বন্ধু হয় যি আমাক ৰ'দত ঠাণ্ডা আৰু বৰষুণত শুকান কৰি ৰাখে

এটা ছাতি আমাৰ খৰকৈ ঘূৰোৱা নাচৰ লাখুটি বা আমাৰ যাদু লাঠীও হব পাৰে!

তোমাৰ ভাষাত আম্ব্ৰেলাক কি কয়?

তোমাৰ আৰু তোমাৰ ছাতিৰ এখন ছবি আঁকা!

চাব্বাচ!


তুমি এতিয়া তোমাৰ ২য় মিছন অৰ্জন কৰিলা!

তোমাৰ পৰৱৰ্তী বেজ পাবলৈ মিছন বাকী আছে!


Last modified: Tuesday, 19 April 2022, 12:41 PM