চোৱা!


কুকুৰ পোৱালিটোৰ ছবিত ক্লিক কৰা আৰু ভিডিঅ’টো চোৱা। 



 আলোচনা কৰা!


কুকুৰ পোৱালিটোৱে আৰম্ভণিতে নিজকে ভাল পাইছিল বুলি তুমি ভাবানে? 

তুমি কুকুৰ পোৱালিটো ভাল পাইছিলা নেকি? 

শেষত সি নিজকে ভাল পাবলৈ আৰম্ভ কৰিছিলনে?


Last modified: Wednesday, 25 May 2022, 4:24 PM