চিন্তা কৰা: তুমি ক’ত থাকিবলৈ ভাল পাবা?













সাগৰ 













অৰণ্য 












পৰ্বত

প্ৰশ্ন সোধা: তোমাক কিহে সুখী কৰে? 

আলোচনা কৰা: দয়াই পৃথিৱীখনক অধিক সুখী ঠাই কৰি তোলে!

লিখা “মই অন্যৰ প্ৰতি দয়ালু হোৱাৰ প্ৰতিজ্ঞা কৰিছোঁ।” 

তোমাৰ টোকাৰ সৈতে এখন সৰু ছবি আঁকা। ইয়াত তোমাৰ নাম আৰু তাৰিখ লিখিবা। 


Last modified: Wednesday, 25 May 2022, 5:18 PM