ছবিখনলৈ চোৱা। 


ৰাণীয়ে নিজৰ মাকৰ পৰা বহুতো কথা শিকে।


 অভিনয় কৰা!



তুমি নিজৰ মাৰ পৰা শিকিব পৰা ৩ টা কথাৰ তালিকা তৈয়াৰ কৰা। 




Last modified: Wednesday, 25 May 2022, 5:34 PM