ছবিখনত ক্লিক কৰা আৰু এই লোককথাটো শুনা। 



চিন্তা কৰা: তুমি কেতিয়াবা ‘লোককথা’ শব্দটো শুনিছানে? 

আলোচনা কৰা: লোক-কথাৰ বিষয়ে তুমি কি ভাল পোৱা? 

প্ৰশ্ন কৰা: তুমি আৰু তোমাৰ বন্ধুসকলে হাতীৰ বিষয়ে কোনো লোককথা জানানে? 

 কাৰ্য্য কৰা: হাতীৰ বিষয়ে এটা সাধু কোৱা। তোমাৰ সাধুটোৰ পৰা ৩ শাৰী লিখা। 


Last modified: Wednesday, 25 May 2022, 5:36 PM