তাদা...!


চিন্তা কৰা: আমি কেনেকৈ সকলো লোককে স্বাগতম অনুভৱ কৰাব পাৰোঁ? 

তোমাৰ বন্ধুক প্ৰশ্ন কৰা: তোমাৰ বন্ধুৱে কেতিয়াবা অকলশৰীয়া অনুভৱ কৰিছে নেকি? 

আলোচনা কৰা: সকলো মানুহেই বিশেষ হয়!

কাৰ্য্য কৰা: তোমাৰ বন্ধুৰ সৈতে দয়া কৰা কামৰ এখন পোষ্টাৰ আঁকা। 


Last modified: Wednesday, 25 May 2022, 5:49 PM