তেনে সময়ৰ কথা চিন্তা কৰা যেতিয়া মা-দেউতাই দৈনন্দিন ঘৰুৱা সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিষয়ে আলোচনা কৰিছিল।

তেওঁলোকে কোনবোৰ সামগ্ৰীৰ বিষয়ে চিন্তা কৰিছিল?

তেওঁলোকৰ কথা শুনিবলৈ কেনে আছিল?


Last modified: Tuesday, 7 June 2022, 3:51 PM