অভিনয় কৰা...!

ছবিখন চাওক!

এটা কুকুৰ বিপদত পৰা দেখিলে তুমি কি কৰিবা?

  • তুমি তাৰ ওপৰত হাঁহিবা।
  • তুমি দৌৰি আঁতৰি যাবা।
  • তুমি জন্তুটোক সহায় কৰিবা।
  • তুমি জন্তুটোক সহায় কৰিবলৈ জ্যেষ্ঠজনৰ সহায় লবা।

Last modified: Tuesday, 7 June 2022, 5:04 PM