তাদা!
চিন্তা কৰা: তোমাৰ প্ৰিয় বনৰীয়া জন্তুৰ বিষয়ে ভাবা।
এইটো কিয় তোমাৰ প্ৰিয় জন্তু হয়?
প্ৰশ্ন কৰা: ই কি খায়?
ই ক’ত থাকে?
তোমাৰ শিক্ষকৰ সহায়ত আলোচনা কৰা: তোমাৰ প্ৰিয় জন্তুটো অসুৰক্ষিত বা সংকটাপন্ন নেকি?
আমি কি কি উপায়েৰে তোমাৰ প্ৰিয় জন্তুটোক সুৰক্ষা দিব পাৰোঁ?
ৰাষ্ট্ৰীয় উদ্যানে কেনেকৈ বন্যজীৱনক সুৰক্ষা দিবলৈ সহায় কৰে?
কাৰ্য্য কৰা: এখন পাৰ্ক আঁকা য’ত জীৱ-জন্তুবোৰে স্বাধীনভাৱে ঘূৰি-ফুৰিব পাৰে।
অন্তৰ্ভুক্ত কৰিবলগীয়া বস্তুবোৰ: তোমাৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম।
উদ্যানৰ জীৱ-জন্তুক সুৰক্ষা দিবলৈ তোমাৰ নিজা শ্ল’গান।
Last modified: Tuesday, 7 June 2022, 5:09 PM