চিন্তা কৰা: তোমাৰ প্ৰিয় বনৰীয়া জন্তুৰ বিষয়ে ভাবা।

এইটো কিয় তোমাৰ প্ৰিয় জন্তু হয়?

প্ৰশ্ন কৰা: ই কি খায়?               
ই কত থাকে?

তোমাৰ শিক্ষকৰ সহায়ত আলোচনা কৰাতোমাৰ প্ৰিয় জন্তুটো অসুৰক্ষিত বা সংকটাপন্ন নেকি?

আমি কি কি উপায়েৰে তোমাৰ প্ৰিয় জন্তুটোক সুৰক্ষা দিব পাৰোঁ?

ৰাষ্ট্ৰীয় উদ্যানে কেনেকৈ বন্যজীৱনক সুৰক্ষা দিবলৈ সহায় কৰে?

কাৰ্য্য কৰা: এখন পাৰ্ক আঁকা যত জীৱ-জন্তুবোৰে স্বাধীনভাৱে ঘূৰি-ফুৰিব পাৰে।

অন্তৰ্ভুক্ত কৰিবলগীয়া বস্তুবোৰ: তোমাৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম।

উদ্যানৰ জীৱ-জন্তুক সুৰক্ষা দিবলৈ তোমাৰ নিজা শ্লগান


Last modified: Tuesday, 7 June 2022, 5:09 PM