ভিডিঅটো চোৱা...!


আলোচনা কৰা !

তেওঁলোকে পৃথিৱীখন কেনেকুৱা হলে ভালপাব?

আন্ধাৰ, লেতেৰা আৰু ক'লা ধোঁৱাৰে আবৰা নে ৰদেৰে ভৰা, বৰষুণ পৰা, গছ-গছনি আৰু সুখেৰে ভৰি থকা?

লগতে, আলোচনা কৰা, আমি কেনেকৈ পৃথিৱীখনক এখন শান্তিপূৰ্ণ ঠাই কৰি তুলিব পাৰোঁ?


Last modified: Wednesday, 8 June 2022, 4:15 PM