মিছন সম্পূৰ্ণ কৰা



৩-২-১ আৰু তুমি আৰম্ভ কৰা!

তুমি মহাকাশলৈ যাবলৈ ওলাইছা।

তোমাৰ মহাকাশযানে অপেক্ষা কৰি আছে তুমি নিজৰ লগত কি কি ৫ টা বস্তু লৈ যাবা আৰু কিয়?

চাব্বাচ!

তুমি এতিয়া তোমাৰ ১ম মিছন অৰ্জন কৰিলা!

তোমাৰ পৰৱৰ্তী বেজ পাবলৈ ৪ মিছন বাকী আছে!

Last modified: Wednesday, 8 June 2022, 5:55 PM