মহাকাশৰ বস্তুবোৰক মহাকাশীয় বস্তু বোলা হয়।

ভিডিঅটো চোৱা!

   

মহাকাশৰ বিষয়ে কিছুমান আচৰিত তথ্য!

১) সূৰ্য্য এক মিলিয়ন পৃথিৱীৰ সমান হয়।

২) পৃথিৱীৰ সকলোবোৰ উপকূলৰ বালিতকৈ মহাজগতত অধিক তৰা আছে

৩) তুমি মঙ্গল গ্ৰহৰ পৰা চালে, সূৰ্য্যাস্ত নীলা যেন লাগে।

৪) সূৰ্য্যৰ আটাইতকৈ ওচৰত বুধ গ্ৰহ আছে, কিন্তু সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহ হ'ল শুক্ৰ আৰু ইয়াৰ গড় উষ্ণতা প্ৰায় ৪৫০ ডিগ্ৰী চেলচিয়াছ হয়

৫) শুক্ৰ গ্ৰহৰ এটা দিন পৃথিৱীৰ প্ৰায় এবছৰতকৈ বেছি দীঘল হয় শুক্ৰ গ্ৰহই এবাৰ পৰিক্ৰমা কৰিবলৈ পৃথিৱীৰ হিচাপত ২৪৩ দিন লয় যি এদিনৰ সমান হ' 

৬) ধুমকেতুবোৰ প্ৰায় ৪.৫ বিলিয়ন বছৰৰ আগতে আমৰ সৌৰজগত সৃষ্টিৰ সময়ৰ অৱশিষ্ট হয়- সেইবোৰত বালি, বৰফ আৰু কাৰ্বন ডাইঅক্সাইড আছে  

মহাকাশৰ বিষয়ে তুমি কোনো আচৰিত কথা জানানে?

Last modified: Wednesday, 8 June 2022, 5:44 PM