তাদা!
ছবিত ক্লিক কৰা। ভিডিঅ’টো চোৱা!

কাগজৰ আগতে ধন হিচাপে কি ব্যৱহাৰ কৰিছিল?
প্ৰশ্ন কৰা: চাহিদা আৰু যোগান মানে কি?
তোমাৰ শিক্ষকৰ সহায়ত আলোচনা কৰা: মুদ্ৰাস্ফীতি কি?
মুদ্ৰাস্ফীতিৰ কাৰণবোৰ
কাৰ্য্য কৰা: তোমাৰ অপৰিহাৰ্য্য প্ৰয়োজনবোৰ বাছনি কৰা
(যেনে: শাক-পাচলি/ফল-মূল,
শস্য/দালি আদি)
জ্যেষ্ঠসকলৰ সহায়ত যোৱা পাঁচ বছৰত এইবোৰৰ দামৰ বিষয়ে এটা
টোকা তৈয়াৰ কৰা।
দাম সলনি হোৱাৰ কাৰণবোৰৰ বিষয়ে তোমাৰ বন্ধু আৰু শিক্ষকৰ
সৈতে আলোচনা কৰা।
Last modified: Tuesday, 7 June 2022, 4:09 PM