ছবিত ক্লিক কৰা ভিডিঅটো চোৱা!


চিন্তা কৰা: ধনৰ বিষয়ে চিন্তা কৰা। ধন কি হয়?

কাগজৰ আগতে ধন হিচাপে কি ব্যৱহাৰ কৰিছিল?

প্ৰশ্ন কৰা: চাহিদা আৰু যোগান মানে কি?

তোমাৰ শিক্ষকৰ সহায়ত আলোচনা কৰামুদ্ৰাস্ফীতি কি?

মুদ্ৰাস্ফীতিৰ কাৰণবোৰ

কাৰ্য্য কৰা: তোমাৰ অপৰিহাৰ্য্য প্ৰয়োজনবোৰ বাছনি কৰা (যেনে: শাক-পাচলি/ফল-মূল, শস্য/দালি আদি)

জ্যেষ্ঠসকলৰ সহায়ত যোৱা পাঁচ বছৰত এইবোৰৰ দামৰ বিষয়ে এটা টোকা তৈয়াৰ কৰা

দাম সলনি হোৱাৰ কাৰণবোৰৰ বিষয়ে তোমাৰ বন্ধু আৰু শিক্ষকৰ সৈতে আলোচনা কৰা


Last modified: Tuesday, 7 June 2022, 4:09 PM